Advertisement

Many people of Boko, Nagarbera and nearby places get NRC notice

Many people of Boko, Nagarbera and nearby places get NRC notice NRCৰ চুৰান্ত তালিকা প্ৰকাশ পোৱাৰ প্ৰাকমুহূৰ্তত বকো, নগৰবেৰা আদি অঞ্চলৰ সহস্ৰাধিক লোকৰ মাজত হাহাকাৰ। মাত্ৰ এটা দিনৰ পূৰ্বে হাজাৰ হাজাৰ লোকক জাননী জাৰি কৰি এটা দিনৰ ভিতৰতে শিৱসাগৰ, গোলাঘাট শুনানি কেন্দ্ৰত উপস্থিত হ’বলৈ দিয়াত হাহাকাৰ লাগিছে NRCৰ জাননী পোৱা পৰিয়ালৰ মাজত। এই ঘটনাক প্ৰতীক হাজেলাৰ মইমতালি আখ্যা দি NRC নহ’বলৈ এয়া গভীৰ ষৰযন্ত্ৰ বুলি প্ৰকাশ কৰে AIUDFএ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,NRC Update,NRC Assam,NRC Notices,NRC Prateek Hajela,NRC,Assam News,Assam,

Post a Comment

0 Comments