Advertisement

গুৱাহাটী লেতেৰা কৰিলেই বিপদ হ’ব আপোনাৰ || Guwahati Municipal Corporation Deploys Flying Squad Team

গুৱাহাটী লেতেৰা কৰিলেই বিপদ হ’ব আপোনাৰ || Guwahati Municipal Corporation Deploys Flying Squad Team গুৱাহাটী লেতেৰা কৰিলেই বিপদ হ’ব আপোনাৰ। ৰাস্তাত য’তে-ত’তে থু নেপেলাব, য’তে-ত’তে প্ৰস্ৰাৱো নকৰিব। কিয়নো এতিয়াৰে পৰা আপোনাৰ গতি-বিধিত শেন চকু থাকিব ফ্লায়িং স্কোৱাডৰ। আনকি পথত জাবৰ পেলোৱা লোককো বিহা হ’ব জৰিমনা।

Team

Post a Comment

0 Comments